Breaking

সাংসদ অমৃতপাল সিঙৰ সংশোধিত আবেদনৰ উত্তৰ কি হ’ব

0 10

২৮ আগষ্টত অমৃতপাল সিঙৰ আবেদনৰ পৰৱৰ্তী শুনানি, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চ ন্যায়ালয়ে


ৰাজ্য, কেন্দ্ৰীয় চৰকাৰৰ পৰা পাঞ্জাৱৰ খাদুৰ চাহিবৰ স্বতন্ত্ৰ সাংসদ অমৃতপাল সিঙৰ সংশোধিত আবেদনৰ উত্তৰ বিচাৰি জাননী জাৰি কৰিছে আদালতে।

কাৰাগাৰত থকা নিৰ্দলীয় সাংসদ অমৃতপাল সিঙে তেওঁৰ ওপৰত আৰোপ কৰা এনএছএক অবৈধ আৰু বে-আইনী বুলি অভিহিত কৰিছে।

Leave A Reply

Your email address will not be published.