Breaking

বিগত ২৪ ঘন্টাত কোনবোৰ ৰাজ্যত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হ’ল?

0 69

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘন্টাত সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা সৰ্বাধিক বৃদ্ধি কেৰালাত ১২৮, তাৰ পিছতে কৰ্ণাটক ৭৩ জন।

সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা আন ৰাজ্যসমূহ হ’ল মহাৰাষ্ট্ৰ (৫০), ৰাজস্থান (১১), তামিলনাডু (৯) আৰু তেলেংগানা (৮)।

ভাৰতত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা বৰ্তমানলৈ ৪০৫৪ জন।

Leave A Reply

Your email address will not be published.