নিশা ঘৰৰ ভিতৰতে কোনে গুলিয়ালে সুন্দৰী যুৱতীক…

শান্তিপূৰ্ণ ডিফু চহৰত যুৱতীক গুলিয়াই হত্যা। নিশা ১:৩০ বজাত দুই ভগ্নীৰ লগত শুই থকা অৱস্থাত দুৰ্বৃত্তই মূৰত গুলিয়াই হত্যা কৰে।

ডিফুৰ পাৰ্শ্বৱৰ্তী ১২ নং ৱাৰ্ডৰ তিছু বস্তিৰ আৰলং লাংছত সংঘটিত ঘটনাত তীব্ৰ ভাষাৰে গৰিহণা দিছে ডিফুৰ স্থানীয় বিধায়ক বিদ্যা সিং ইংলেং, ডিফুৰ সংসদ অমৰ সিং তিছু, CEM তুলিৰাম ronghang য়ে। প্ৰশাসন আৰু আৰক্ষীক দোষীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি দিবলৈ দাবীৰ লগতে নিৰ্দেশ দিয়ে।

Related Articles