Breaking

অনন্ত-ৰাধিকাৰ বিবাহত পুৰোহিত কোন আছিল? কিমান পইচা ল’লে পুৰোহিতে…

0 61

শুকুৰবাৰে বিবাহপাশত আবদ্ধ হয় মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিকা ৰাধিকা মাৰ্চেণ্টে। তিনিদিন ধৰি ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈ আছে আম্বানীৰ বিবাহ অনুষ্ঠানৰ ছবি আৰু ভিডিঅ’। বিভিন্ন ধৰণৰ তথ্যও পোহৰলৈ আহিছে।আনহাতে অনন্ত আৰু ৰাধিকাৰ লগতে চৰ্চালৈ আহিছে পুৰোহিতো। নেটিজেনসকল কৌতুহলী। বিয়াৰ বাবে তেওঁ আম্বানীসকলৰ পৰা কিমান পাৰিশ্ৰমিক লৈছে সেই বিষয়ে জানিবলৈ।


তথ্য অনুসৰি অনন্ত আৰু ৰাধিকাৰ বিবাহৰ পুৰোহিত আছিল পণ্ডিত চন্দ্ৰশেখৰ শৰ্মা। পুৰোহিতৰ পদৰ উপৰিও তেওঁ জ্যোতিষৰো চৰ্চা কৰিছিল। ইয়াৰ উপৰিও তেওঁ আধ্যাত্মিক গুৰু হিচাপেও পৰিচিত।অনন্ত আৰু ৰাধিকাৰ বিবাহ অনুষ্ঠানৰ বাবে মাত্ৰ ২৫ হাজাৰ টকাৰ মাচুল লৈছিল।

Leave A Reply

Your email address will not be published.