Breaking

মোদীৰ মন্ত্রীসভাৰ সম্ভাব্য মন্ত্রী তালিকাত কাৰ কাৰ নাম অন্তৰ্ভুক্ত…

0 37

আজি মোদী মন্ত্ৰীসভাৰ শপতগ্ৰহণ। মোদীৰ মন্ত্রীসভাৰ সম্ভাব্য মন্ত্রী তালিকাত কাৰ কাৰ নাম অন্তৰ্ভুক্ত চাওঁ আহকঃ

মোদীৰ মন্ত্রীসভাৰ সম্ভাব্য মন্ত্রী তালিকাত বিজেপিৰ সৰ্বানন্দ সোণোৱাল, পৱিত্ৰ মাৰ্ঘেৰিটা, অর্জুনৰাম মেঘৱাল, মনোহৰ লাল খট্টৰ, শিৱৰাজ সিং চৌহান, মনসুখ মাণ্ডব্য, এছ জয়শংকৰ, হৰদীপ সিং পুৰী, ৰবনীত বিটু, অশ্বিনী বৈষ্ণৱৰ নাম অন্তৰ্ভুক্ত।

আনহাতে JD(U)ৰ লালন সিং, ৰাম নাথ ঠাকুৰ TDPৰ ডাঃ চন্দ্ৰশেখৰ, ৰামমোহন নাইডুৰ নাম অন্তৰ্ভুক্ত। JD(S)ৰ এইচ ডি কুমাৰস্বামীৰ নাম অন্তভুক্ত। RPI(A)ৰ ৰামদাস আঠৱাল, LJP(R)ৰ ছিৰাগ পাছোৱান, HAMৰ জিতনৰাম মাঝিৰ নাম অন্তৰ্ভুক্ত।

Leave A Reply

Your email address will not be published.