অসমবাসীৰ বাবে এটি গৌৰৱৰ খবৰ। চন্দ্ৰযান-৩ৰ উপ প্ৰকল্প সঞ্চালকৰ দায়িত্বত অসম সন্তান বৈজ্ঞানিক চয়ন দত্ত।
![](https://www.dainandinbartagroup.in/wp-content/uploads/2023/08/368303934_822333696184016_7890443572325747561_n-1-1.jpg)
ইতিহাস সৃষ্টিৰ পথত ভাৰতবৰ্ষ ।চন্দ্ৰযান-৩ৰ উপ প্ৰকল্প সঞ্চালকৰ দায়িত্বত অসম সন্তান বৈজ্ঞানিক চয়ন দত্ত।
বৈজ্ঞানিক চয়ন দত্ত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ।
আন্তৰিকতাৰে অভিনন্দন ।