Breaking

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব বিকাশ খৰ্গে আৰু অভিনেতা, উদ্যোগী তথা প্ৰযোজক জেকি ভাগনানিৰ সৈতে সীমান্ত শেখৰ…

0 22

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব বিকাশ খৰ্গে আৰু অভিনেতা, উদ্যোগী তথা প্ৰযোজক জেকি ভাগনানিৰ সৈতে দেখা গ’ল সীমান্ত শেখৰক।

সামাজিক মাধ্যমত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব বিকাশ খৰ্গে আৰু অভিনেতা, উদ্যোগী তথা প্ৰযোজক জেকি ভাগনানিৰ সৈতে ফটো শ্বেয়াৰ কৰি লিখিলে-‘মহাৰাষ্ট্ৰ চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰধান সচিব শ্ৰীযুত বিকাশ খৰ্গে (আই এ এছ)ডাঙৰীয়াক লগ পাই যথেষ্ট কৃতাৰ্থ হ’লোঁ৷ ব্যক্তিগতভাৱে তেখেত মোৰ সৈতে ঘনিষ্ঠ৷ তেখেতৰ দৰে এগৰাকী ব্যক্তিক বন্ধু জেকি ভাগনানিৰ সৈতে সৌহার্দ্যমূলকভাৱে সাক্ষাৎ কৰি যথেষ্ট সুখী হোৱাৰ লগতে একেলগে একাপ গৰম চাহৰ জুতিৰে সময়খিনি মধুৰ কৰি তুলিলোঁ৷’

আনহাতে কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰীতো উপস্থিত হৈছিল জেকী আৰু তেওঁৰ পত্নী ৰাকুলপ্ৰীত সিং।

Leave A Reply

Your email address will not be published.