ৰঙিয়াৰ হিৰাগাটাত চাঞ্চল্যকৰ ঘটনা
ঘৰৰ ভিতৰত ৰহস্যজনক অৱস্থাত মহিলাৰ
মৃতদেহ উদ্ধাৰ

উদ্ধাৰ হোৱা মৃতদেহটো আছিমা বেগমৰ
বর্তমানেও সন্ধান নাই আছিমা বেগমৰ স্বামী
ফাৰুক আলীৰ

১০ বছৰ পূৰ্বে বিয়া হোৱা আছিমা বেগমৰ আছে দুটা সন্তান
দীর্ঘদিনে দুই স্বামী-স্ত্ৰীৰ মাজত হৈ আহিছিল কাজিয়া
এয়া পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ পৰিয়ালৰ