১৯ বছৰ অনূৰ্ধ্ব মহিলা টি-২০ বিশ্বকাপত ভাৰতৰ জয়ধ্বজা।(Women U19 T20 WC)
ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি চেম্পিয়ন টীম ইণ্ডিয়া।
একেৰাহে দ্বিতীয়বাৰৰ বাবে ১৯ বছৰ অনূৰ্ধ্ব মহিলা টি-২০ বিশ্বকাপত ভাৰতৰ খিতাপ দখল।

ফাইনেলত ভাৰতীয় মহিলা দলটোৱে একপক্ষীয়ভাৱে দক্ষিণ আফ্ৰিকাক বেটিং বিক্ৰম তচনচ কৰে।
প্ৰথমে বেটিং কৰা দক্ষিণ আফ্ৰিকাই মাত্ৰ ৮৩ ৰানৰ লক্ষ্য বান্ধি দিয়ে।
প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ৫২ বলত ৯ উইকেটত জয়লাভ কৰে।