Breaking

পেৰিছ অলিম্পিকৰ মহিলা দলীয় আৰ্চাৰীৰ কোৱাৰ্টাৰ-ফাইনেলত প্ৰৱেশ ভাৰতৰ…

0 19

পেৰিছ অলিম্পিকৰ মহিলা দলীয় আৰ্চাৰীৰ কোৱাৰ্টাৰ-ফাইনেলত প্ৰৱেশ ভাৰতৰ।

কোৱালিফায়িং ৰাউণ্ডত চতুর্থ স্থানত থাকি কোৱাৰ্টাৰ-ফাইনেললৈ যোগ্যতা অর্জন ভাৰতৰ।

১৯৮৩ পইন্টৰ সহায়ত চতুৰ্থ স্থানত আছে ভাৰত।

আনহাতে প্রথম স্থানত আছে দক্ষিণ কোৰিয়া, দ্বিতীয় স্থানত চীন আৰু তৃতীয় স্থানত আছে মেক্সিকো।

Leave A Reply

Your email address will not be published.