Breaking

বিশ্ব হস্তী দিৱস উপলক্ষে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ উদ্যোগত প্ৰীতি ফুটবল

0 20

বিশ্ব হস্তী দিৱস উপলক্ষে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ উদ্যোগত প্ৰীতি ফুটবল।

বিশ্ব হস্তী দিৱস উপলক্ষে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলে দিনযোৰা কাৰ্যসূচীৰে ৰাইজৰ মাজত বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰাৰ উপৰিও বিয়লি বিশ্বনাথৰ গলিয়া খেল পথাৰত এখন প্ৰীতি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়।


বিশ্বনাথৰ গলিয়া খেল পথাৰত বিশ্বনাথ ফুটবল একাদশ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ফুটবল একাদশৰ মাজত।
প্ৰতিযোগিতাখনত ট্ৰাই বেকাৰৰ জড়িয়তে ২-১ গ’লৰ ব্যৱধানত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল ফুটবল একাদশ।
প্ৰতিযোগিতাগন মুকলি কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ভাৰতীয় বন সেৱা ড. সোণালী ঘোষে।


উপস্থিত আছিল বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ প্ৰাক্তন নৌসেনা বিষয়া এন চি চৌধুৰী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এচি এফ ভাৰতীয় বন সেৱা বিষয়া অলেচ চাক্সচেনা বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ বন প্ৰাধিকাৰী বিষয়া খগেশ পেগু পুৱ শোণিতপুৰ বন প্ৰাধিকাৰী বিষয়া বিশ্বজিৎ দাস।


আজিৰ সুন্দৰ অনুষ্ঠানটোৰ আঁত ধৰে বেচৰকাৰী সংগঠন উপত্যকাৰ সঞ্চালক চৈদুৰ ৰহমানে।

Leave A Reply

Your email address will not be published.