Breaking

নলবাৰীৰ বৰক্ষেত্ৰীত পৰিবহণ বিভাগৰ উদ্যোগত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে বিশ্ব স্মৃতি দিৱস পালন…

0 33

নলবাৰীৰ বৰক্ষেত্ৰীত পৰিবহণ বিভাগৰ উদ্যোগত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে বিশ্ব স্মৃতি দিৱস পালন।
সজাগতা সৃষ্টিৰ বাবে বাইক ৰেলীত অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱাত আজি উপস্হিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পৰিমল শুক্লবদ্য, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন, নলবাৰী জিলা পৰিবহন বিষয়া প্ৰমুক্ষে বিভাগীয় বিষয়াসকল।

সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ভাষণ প্ৰসংগত পথ সুৰক্ষা দুৰ্ঘটনাত পতিত হোৱা লোকসকলৰ দুৰৱস্থা সম্পৰ্কে ভাষণ আগবঢ়ায়।

Leave A Reply

Your email address will not be published.