সকলোৱেই কয় “মানুহক মানুহ লাগে” কিন্ত কেনেকুৱা মানুহ লাগে ? কেতিয়া লাগে ?
আমি সোধা “কেনে আছা”ৰ বিপৰীতে পোৱাৰ প্ৰতিটো “ভালে আছো” য়েই যে সচাঁ নহয়, এইটো বুজি পোৱা মানুহ লাগে ।
কথাবোৰ কেতিয়াবা মুখেৰে কৈ নিদিলেও অনুমান কৰি ল’ব পৰা মানুহৰ প্ৰয়োজন সকলোৱেই অনুভৱ কৰে ।
মানুহ মানুহৰ বাবে হওঁক, সকলোৱেই “ভালে আছো”টো সচাঁকৈ ভালে থাকি ক’ব পৰা হওঁক ।
লেখক : আফ্ৰিদুল