Breaking

সাৱধানঃ বাৰ্ড ফ্লুত আক্ৰন্ত হৈ বিশ্বৰ প্ৰথমগৰাকীৰ ব্যক্তিৰ মৃত্যু…

0 37

বাৰ্ড ফ্লুত আক্ৰন্ত হৈ মেক্সিকোত বিশ্বৰ প্ৰথমগৰাকীৰ ব্যক্তিৰ মৃত্যু।

বিশ্ব স্বাস্থ্য সংস্থাই নিশ্চিত কৰিছে এই তথ্য।

জ্বৰ, উশাহ-নিশাহৰ সমস্যা, ডায়েৰিয়া, বমি, সাধাৰণ অস্বস্তিত ভুগিছিল ৰোগীগৰাকী।

চিকিৎসাধীন অৱস্থাত মৃত্যু ৫৯ বছৰীয়া ব্যক্তিজনৰ।

Leave A Reply

Your email address will not be published.