Breaking

গুৱাহাটীক স্মাৰ্ট চিটিলৈ ৰূপান্তৰ কৰাৰ সপোন দেখুওৱা চৰকাৰখনৰ আচল স্বৰূপ যোৱা কালিৰ কৃত্ৰিম বানে উদঙাই দিলে : দেৱব্রত শইকীয়া…

0 20

যোৱা কালি বৰষুণৰ ফলত সমগ্ৰ গুৱাহাটী কৃত্ৰিম বানত ককবকাই থকাৰ সময়ত ৰজাঘৰীয়া ব্যস্ত আছিল দিছপুৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত লোক সেৱা ভৱনৰ সভা গৃহত বিজেপি দলৰ ৯ ঘন্টা যোৰা বিধায়িনী দলৰ বৈঠকত।

গুৱাহাটীৰ পৌৰনিগমৰ নিৰ্বাচনৰ পৰা যোৱা লোকসভা নিৰ্বাচনত, বিজেপিক ভোট দি গুৱাহাটীক বানমুক্ত কৰাৰ প্ৰলোভন দি ৰাইজৰ পৰা ভোট লোৱা বিজেপিৰ এজনো বিধায়ক, সাংসদ তথা বিভাগীয় মন্ত্ৰীৰ অলপো সময় নহ’ল

গুৱাহাটীৰ কৃত্ৰিম বানৰ ফলত ককবকাই থকা ৰাইজৰ অসুবিধাৰ যো-জো কৰিবলৈ। গুৱাহাটীক স্মাৰ্ট চিটিলৈ ৰূপান্তৰ কৰাৰ সপোন দেখুওৱা চৰকাৰখনৰ আচল স্বৰূপ যোৱা কালিৰ কৃত্ৰিম বানে উদঙাই দিলে। এই বিষয়ত আগবঢ়োৱা মোৰ প্ৰতিক্ৰিয়া।

Leave A Reply

Your email address will not be published.