Breaking

সংৰক্ষণ বিৰোধী প্ৰতিবাদত বাংলাদেশৰ ঢাকাত মৃত্যু যুৱ সাংবাদিকৰ…

0 14

সংৰক্ষণ বিৰোধী প্ৰতিবাদত বাংলাদেশত ভয়ংকৰ পৰিস্থিতি। ঢাকাত মৃত্যু যুৱ সাংবাদিকৰ।

ঢাকাৰ জাত্ৰাবাৰী অঞ্চলত আৰক্ষী বাহিনী আৰু আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ মাজত সংঘটিত হোৱা

সংঘৰ্ষৰ বাতৰি পৰিৱেশন কৰি থকাৰ সময়তে মূৰত গুলী লাগি নিহত হাছান মেহেদী।

Leave A Reply

Your email address will not be published.