Breaking

ধেমাজিত উদ্ধাৰ যুৱতীৰ মৃতদেহ

0 59

ধেমাজিত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ। ধেমাজিৰ শিখা নামৰ হোটেলখনত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ।

মৃত যুৱতীগৰাকীৰ ঘৰ তিতাবৰত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে উদ্ধাৰ মৃতদেহট।

আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। কিহৰ বাবে এই ঘটনা সংঘটিত হ’ল এতিয়াও জানিব পৰা হোৱা নাই।

মৰণোত্তৰ পৰীক্ষাৰ পাছতহে প্ৰকৃত কাৰণ পোহৰলৈ আহিব। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আৰক্ষীৰ।

Leave A Reply

Your email address will not be published.