জেলেনস্কিয়ে প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ লিখি অতিৰিক্ত মানৱীয় সাহায্য বিচাৰিছে

চলি থকা যুদ্ধৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমাইৰ জেলেনস্কিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখি ভাৰতক অতিৰিক্ত মানৱীয় সাহায্যৰ বাবে অনুৰোধ জনাইছে।

ভাৰত ভ্ৰমণৰ সময়ত ইউক্ৰেইনৰ প্ৰথম উপ-বিদেশ মন্ত্ৰী ইমিন ঝাপৰোভাই কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী মীনাকাছি লেখীক এই পত্ৰ প্ৰদান কৰে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।

Related Articles