Zubeen Garg: নিখোঁজ জুবিন-গৰিমাৰ মিষ্টাৰ ৰেম্বো

নিখোঁজ মিষ্টাৰ ৰেম্বো। (Zubeen Garg)

জোনালীৰ ষ্টুডিঅ’ৰ পৰা নিৰুদ্দেশ হ’ল হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ পোহনীয়া কুকুৰ মিষ্টাৰ ৰেম্বো।

কোনো লোকে কুকুৰটো প্ৰত্যক্ষ কৰিলে 9707242290 আৰু 6003215353 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান সামাজিক মাধ্যমত জুবিন গাৰ্গৰ পত্নীৰ।


জুবিন গাৰ্গেও ফেচবুকত আন এটা পোষ্ট দি জনাই যে ৰেম্ব’ক বিচাৰি পোৱা নাই আৰু কোনোবই ৰেম্ব’ক পালে তেওঁক উভতাই দিবলৈ অনুৰোধ জনায়।

Related Articles